Seba Class 10 social science question answer

Class 10 social science question answer seba | Question bank for class 10 seba answer social science in assamese | দশম শ্ৰেণীৰ সমাজ বিজ্ঞান প্ৰশ্নোত্তৰ:

If you are finding the SEBA class 10 social science question answers then you came to right place. In this post you will get the Important question answers of class 10 social science. By reading the questions, you can prepare for your exams. Kindly read all the questions carefully from beginning to end.

Seba Question paper social science

Class 10 social science history chapter names:

SL NoLesson Name
1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

Know More: Ishan Uday Scholarship online apply.

Chapter 1: বংগ বিভাজন আৰু স্বদেশী আন্দোলন

Short Types Questions Answer (Marks-1)

প্রশ্ন ১। চিপাহী বিদ্ৰোহৰ পাছত ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা কি আছল?

উত্তৰঃ বংগ বিভাজন।

প্রশ্ন ২। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্রাম কি?

উত্তৰঃ বংগ ভংগ বিৰোধী আন্দোলন।

প্রশ্ন ৩। এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ মোগল সম্রাট শাহ আলম আৰু ৰবাট ক্লাইবৰ মাজত।

প্রশ্ন ৪। ৰংগ বিভাজনৰ পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখনৰ নাম কি কি? উত্তৰঃ অসম আৰু বংগ প্ৰদেশ।

প্রশ্ন ৫। অসম নামৰ প্ৰদেশখনৰ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰীত।

প্রশ্ন ৬। কিমান চনত লৰ্ড কার্জনে পূৰ্ব বংগ আৰু অসম নামে এখন নতুন প্রদেশ গঠন কৰিছিল?

উত্তৰঃ ১৯০৫ চনৰ ২০ জুলাইত।প্রশ্ন ৭। পূৰ্ববংগ আৰু অসমক লগ লগাই কোনে এখন নতুন জিলা গঠন কৰিছিল? উত্তৰঃ লর্ড কার্জনে।

প্রশ্ন ৮। ৰেগুলেটিং এক্টৰ জৰিয়তে কোন দুজন গৱৰ্ণৰক ফ’ৰ্ট উইলিয়াম গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল?

উত্তৰঃ বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰক।প্রশ্ন ৯। বংগ প্ৰেছিডেন্সিৰ গৱৰ্ণৰ পদটো কি পদলৈ উন্নীত কৰা হৈছিল?

উত্তৰঃ গৱৰ্ণৰ জেনেৰেল পদলৈ।

প্রশ্ন ১০। ব্ৰিটিছে ভাৰতৰ প্ৰশাসন ব্যৱস্থাটোৰ সংস্কাৰ সাধনৰ বাবে কেতিয়া ব্যৱস্থা হাতত লৈছিল?

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছৰ পৰা ।

Chapter 2: মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম-

Short Types Questions Answer

প্রশ্ন ১। ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোন গৰাকী ব্যক্তিৰ উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে?

উত্তৰঃ মহাত্মা গান্ধীৰ ।

প্রশ্ন ২। ১৯১৭ চনৰ ৰুচ বিপ্লৱে কি প্ৰমাণ কৰি দেখুৱায়?

উত্তৰঃ সাধাৰণ জনতাৰ মাজত অসীম বল আৰু শক্তি লুকাই থাকে।

প্রশ্ন ৩। ‘নাটাল ইণ্ডিয়ান কংগ্ৰেছ’ নামৰ ৰাজনৈতিক সংগঠনটো কোনে, কেতিয়া আৰম্ভ কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ১৮৯৩ চনত দক্ষিণ আফ্ৰিকাৰ নাটালত।

প্রশ্ন ৪। চম্পাৰণ সত্যাগ্ৰহ কোন চনত হৈছিল?

উত্তৰঃ ১৯১৭ চনত। প্রশ্ন ৫। কোন চনত ৰাওলাট আইন গৃহীত হৈছিল?উত্তৰঃ ১৯১৯ চনত।

প্রশ্ন ৬। সত্যাগ্রহ হ’ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্রায়চিত্তকৰণৰ প্ৰক্ৰিয়া। কথাষাৰ কাৰ?

উত্তৰঃ মহাত্মা গান্ধীৰ।

প্রশ্ন ৭। কোন চনত জালিৱানৱালাৰাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল?

উত্তৰঃ ১৯১৯ চনত।

প্রশ্ন ৮। কিমান চনত অমৃতসৰৰ জালিৱানবালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯১৯ চনৰ ১৩ এপ্ৰিলত।

Chapter 3: অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ-

প্রশ্ন ১। ”ব্ৰিটিছে প্ৰবৰ্ত্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল।” -কথাষাৰ কোনে ক’ত লিখিছিল?

উত্তৰঃ আনন্দৰাম ঢেকীয়াল ফুকনে ১৮৫৩ চনত মফট মিলছ চাহাবক দিয়া আর্জিত লিখিছিল।

প্রশ্ন ২। ব্ৰিটিছৰ অর্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্রথম বিদ্রোহটো কি?

উত্তৰঃ ফুলগুৰি ধাৰা।

প্রশ্ন ৩। ফুলগুৰি ধাৱাৰ সময়ত নগাঁৱৰ উপায়ুক্ত কোন আছিল?

উত্তৰঃ লেফটেনেন্ট হার্বার্ট স্কুল।

প্রশ্ন ৪। ফুলগুৰি ধাৱাৰ সময়ত লেফটেনেন্ট ছিংগাৰক কোনে মূৰত লাঠীৰে কোৰাই মাটিড বগৰাই দিছি?

উত্তৰঃ কাঁহিঘৰ মৌজাৰ বাৰু কৈবর্ত নামৰ মাছমৰীয়া এজনে।

প্রশ্ন ৫। নচিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত অসমৰ ক’ত বৃহৎ ৰাইজমেল বহিছিল?

উত্তৰঃ পানা গাঁৱৰ চাপৰিত।

প্রশ্ন ৬। কোন চনত অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল?

উত্তৰঃ ১৮৪৩ চনত।

প্রশ্ন ৭। লেফটেনেণ্ট জি. বি. ছিংগাৰৰ মূৰত পূর্ণহতীয়া কোব শোধোৱা কৃষকজনৰ নাম কি আফি?

উত্তৰঃ বাবু কৈৱৰ্ত।

প্রশ্ন ৮। ১৮৬১ চনত অসমত সংঘটিত হোৱা কৃষক বিদ্রোহটোৰ নাম কি?

উত্তৰঃ ফুলগুৰিৰ ধাৰা।

প্রশ্ন ৯। টিৰোং সিং কোন ৰাজ্যৰ আছিল?

উত্তৰঃ খাচী পাহাৰৰ।

প্রশ্ন ১০। পথৰুঘাটৰ বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিল?উত্তৰঃ জে. ডি. এণ্ডাৰছন।

KNOW more- Best Course after 12th

Chapter 4: ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ-

প্রশ্ন ১। অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱৰ্তী হৈছিল?

উত্তৰঃ আসাম এছ চিয়েচন নামৰ সংগঠনটোৱে।

প্রশ্ন ২। কোন তাৰিখে ‘যোৰহাট সার্বজনিক সভাৰ সংগঠন গঢ়ি তোলা হৈছিল?

উত্তৰঃ ১৮৮৬ চনৰ ২ জুন তাৰিখে।

প্রশ্ন ৩। অসমত কেডিয়া শাস্তি সেনাবাহিনী গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪০-৪২ চনৰ ভিতৰত।

প্রশ্ন ৪। ‘পূৰ্ণ স্বৰাজ দিৱস’ কেডিয়া পালন কৰা হৈছিল?

উত্তৰঃ ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে।

প্রশ্ন ৫। ছাইমন কমিছন কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯২৭ চনত।

প্রশ্ন ৬। উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কত স্থাপন হৈছিল?

উত্তৰঃ ডিব্ৰুগড়ত।

প্রশ্ন ৭। শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ ১৯৬৮ চনত।

প্রশ্ন ৮। ‘হেমকোষ’ খনৰ ৰচক কোন?উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।

প্রশ্ন ৯। অসমীয়া লিটাৰেৰী ছ’চাইটী কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰঃ দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত অসমীয়া লিটাৰেৰী ছ’চাইটী গঠন হৈছিল।

প্রশ্ন ১০। কিমান চনত আৰু ক’ত ‘আসাম এই চিয়েচন’ গঢ়ি তোলা হৈছিল?

উত্তৰঃ ১৮৬৭ চনত গুৱাহাটী চৰকাৰী ইংলিছ ছেমিনাৰী প্ৰাংগণত অনুষ্ঠিত এখন ৰাজহুৱা সভাত আসাম এছ চিয়েচন নামৰ সংগঠন এটি গঢ়ি তোলা হৈছিল।

Chapter 5:ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য-

প্রশ্ন ১। অন্ধ্ৰপ্ৰদেশৰ ভাষাটোৰ নাম কি?

উত্তৰঃ তেলেগু।

প্রশ্ন ২। নামঘোষা কোনে ৰচনা কৰিছিল?

উত্তৰঃ মাধৱদেৱে।

প্রশ্ন ৩। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্ৰিয় নামটো কি?

উত্তৰঃ ভট্টদেৱ।

প্রশ্ন ৪। পৃথিৱীৰ প্ৰাচীনতম লিখিত ধর্মগ্রন্থখনৰ নাম কি?

উত্তৰঃ ঋকবেদ।

প্রশ্ন ৫। মিচিংসকলে বিহুক কি বোলে?

উত্তৰঃ আলি আই লৃগাং।

প্রশ্ন ৬। বিহু উৎসৱৰ আৰ্যমূলীয় নে জনজাতিমূলীয় ?

উত্তৰঃ জনজাতিমূলীয়।

প্রশ্ন ৭। আজান ফকীৰ ক’ৰ পৰা অসমলৈ আহিছিল?

উত্তৰঃ বাগদাদৰপৰা।

প্রশ্ন ৮। লালুংসকলে বিহুক কি বোলে?

উত্তৰঃ বহাগী উৎসৱ বা মেলা।

প্রশ্ন ৯। নামনি অসমৰ দুটা জনপ্ৰিয় নৃত্যৰ নাম লিখা।

উত্তৰঃ ভোৰতাল নৃত্য আৰু থিয়নাম।

প্রশ্ন ১০। বৰো জনাজাতি লোকসকলে বিহুক কি বোলে?

উত্তৰঃ বৈছাণ্ড।

Conclusion:

Hope you like the above question answers of Seba class 10th social science. There is a possibility of that those questions will be came in the exams. You will also find the others subjects question answers in our website. So stay connected with us for preparing the SEBA exams.

1 thought on “Seba Class 10 social science question answer”

  1. Pingback: Class 10 assamese বৰগীত Question Answer - SSSC

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top